Header Ads Widget

Well come to the Blog of thejobinassam.in

Health Benefits of Ladyfinger (Bhindi)

Health Benefits of Ladyfinger (Bhindi)

ডাইবটিছ ৰোগত ভেন্ডীৰ উপকাৰীতা------

সাধাৰণ পাচলি যেন লাগিলেও ভেন্ডী আমাৰ শৰীৰৰ বাবে মহৌষধ স্বৰূপ ।
১/ ভেন্ডীয়ে আমাৰ শাৰিৰীক সৌন্দৰ্য অটুত ৰখাত সহায় কৰে ।
২/ বিশেষভাবে চুগাৰৰ সমষ্যা থকা নিয়মিত ভেন্ডী
খালে বহুতো উপকাৰ পাব পাৰে,ই চুগাৰ নিয়ন্ত্ৰণত সহায় কৰে।
৩/ চুগাৰৰ সমষ্যাত কেঁচাকৈ ভেন্ডী খালে যথেষ্ট পৰিমানে উপকাৰ পোৱা যায়,এগিলাচ পানীত সৰুকৈ
কটা ভেন্ডী দুটা ৰাতিটো তিয়াই থৈ পিচদিনা পুৱা খালী.পেটত পানী খিনি খালে বহুত উপকাৰেই পাব পাৰে ।
৪/ ভেন্ডীত থকা আঁহে কোষ্ঠকাঠিণ্য দূৰ কৰাত সহায়
কৰে ।
৫/ নিয়মিত ভেন্ডী খালে পাচন তন্ত্ৰ ভালে থাকে,পেট
পৰিস্কাৰ কৰে।
৬/ ভেন্ডীত ভিটামিন এ যথেষ্ট পৰিমানে থকা বাবে আমাৰ চকুৰ দৃষ্টি শক্তি বৃদ্ধি কৰে,চকুৰ চানি পৰা ৰোগ
ৰোধ কৰে
৭/ভেন্ডীয়ে ছাল নিমজ কৰি ছাল খনক সুৰক্ষা দিব পাৰে,ছালৰ যিকোনো ৰোগ ৰোধ কৰে

Post a Comment

0 Comments