Header Ads Widget

Well come to the Blog of thejobinassam.in

Health Benefits Almonds

Health Benefits Almonds

আলমণ্ড আমাৰ শৰীৰৰ বাবে অতি উপকাৰী।


তথ্য অনুসৰি -

১/ আলমণ্ডত মেগনেছিয়াম থাকে। ই দেহৰ বাবে বৰ উপকাৰী।

২/ ডায়েবেটিছ ৰোগীৰ ব্লাড ছুগাৰ লেভেল স্তৰ নিয়ন্ত্ৰণ কৰে।

৩/ আলমণ্ডে পেশীবোৰ ও শক্তিশালী কৰে। ইয়াত থকা কাৰ্বোহাইড্ৰেটে শৰীৰত গ্লুকোজৰ স্তৰ হ্ৰাস কৰে।

৪/ আলমণ্ডত ভিটামিন ই আৰু মেগনেছিয়াম থাকে।ই হাড় শক্তিশালী কৰিব পাৰে।

৫/ সমগ্ৰ দেহত তেজ চলাচল সুচল কৰে।

৬/ ইয়াত ভৰপূৰ মাত্ৰাত এন্টি -অক্সিড্ৰেন্ট থাকে। সেয়ে ই বয়সৰ চাপ পৰাৰ পৰা ৰক্ষা কৰে।

৭/ ইয়াত ফলিক এচিড আছে। যি গৰ্ভৱতী মহিলাৰ বাবে অতি উপকাৰী।

৮/ ইয়াত যথেষ্ট আঁহ, প্ৰ'টিন আৰু স্বাস্থ্যকৰ চৰ্বি থাকে। সেয়ে আলমণ্ড খালে পেট ভৰ্তি অনুভৱ হয়। আৰু বহুতো উপকাৰ আলমণ্ডত খালে পোৱা যায়।

Post a Comment

0 Comments