আলমণ্ড আমাৰ শৰীৰৰ বাবে অতি উপকাৰী।
তথ্য অনুসৰি -
১/ আলমণ্ডত মেগনেছিয়াম থাকে। ই দেহৰ বাবে বৰ উপকাৰী।
২/ ডায়েবেটিছ ৰোগীৰ ব্লাড ছুগাৰ লেভেল স্তৰ নিয়ন্ত্ৰণ কৰে।
৪/ আলমণ্ডত ভিটামিন ই আৰু মেগনেছিয়াম থাকে।ই হাড় শক্তিশালী কৰিব পাৰে।
৫/ সমগ্ৰ দেহত তেজ চলাচল সুচল কৰে।
৬/ ইয়াত ভৰপূৰ মাত্ৰাত এন্টি -অক্সিড্ৰেন্ট থাকে। সেয়ে ই বয়সৰ চাপ পৰাৰ পৰা ৰক্ষা কৰে।
৭/ ইয়াত ফলিক এচিড আছে। যি গৰ্ভৱতী মহিলাৰ বাবে অতি উপকাৰী।
৮/ ইয়াত যথেষ্ট আঁহ, প্ৰ'টিন আৰু স্বাস্থ্যকৰ চৰ্বি থাকে। সেয়ে আলমণ্ড খালে পেট ভৰ্তি অনুভৱ হয়। আৰু বহুতো উপকাৰ আলমণ্ডত খালে পোৱা যায়।
0 Comments