Header Ads Widget

Well come to the Blog of thejobinassam.in

আজিৰ ৰাশিফল - Horoscopes Today 17th October, 2024

আজিৰ ৰাশিফল

৩০ আহিন, বৃহস্পতিবাৰ; ১৭ অক্টোবৰ

সূর্যোদয় ঘঃ -২৬-৩৬, সূর্যাস্ত ঘঃ -৫১-৩৭ তিথিপুর্ণিমা, দং ২৯-৩৪

আজিৰ ৰাশিফল - Horoscopes Today 17th October, 2024

মেষ (, ): কৰ্মত উন্নতি। শুভ কাম থাকিলে পুৱা বেলাতে কৰক। দাম্ভিক ভাৱ আতৰাওক খৰচ বাঢ়িব পাৰে শুভ ৰং বগা। শুভ সংখ্যা ৬।

বৃষ (, , ): নিজৰ কৰ্তব্যৰ প্ৰতি সজাগ থাকক। আপোনাৰ দুর্বলতাত আনে আঘাত হানিব পাৰে।  আনৰ বদনাম নকৰিব বিদ্যাত শুভ। শুভ ৰং ৰূপালী। শুভ সংখ্যা ২।

মিথুন (, , ): চিন্তাৰ প্ৰকাশ। পইছা ধাৰত নিদিব। বিষ্ণু মন্ত্র জপ কৰক সুফল পাব। বগা চন্দন দান কৰক ভ্রমণৰ যোগ। শুভ ৰং মাখন। শুভ সংখ্যা ৬।

কৰ্কট (, ): আনৰ প্ৰতি দয়া মমতা বাঢ়িব। কোনো গোপন তথ্য লাভ কৰিব পাৰে। কোনো লোকে আমনি কৰিব। জীৱ-জন্তুৰ পৰা সাৱধান। তীর্থ ভ্রমণৰ যোগ। শুভ ৰং মুগা। শুভ সংখ্যা ৫।

সিংহ (, ): মানসিক হতাশা, উৎকণ্ঠা আছে যদি কমাওক। সহোদৰৰ পৰা কোনো সহায়  বুদ্ধিৰ প্ৰসাৰ। যিকোনো ব্যৱসায়ত হাত নিদিব। নাপাব। শুভ ৰং ৰূপালী। শুভ সংখ্যা ৮।

কন্যা (, ): প্রাধান্য বিস্তাৰ কৰিব পাৰিব। চুবুৰীয়াক লৈ চিন্তা। মনোৰঞ্জন, বিলাসিতা কমাওক। যান-বাহনত সাৱধান। তীর্থ ভ্রমণৰ যোগ। শুভ ৰং মুগা। শুভ সংখ্যা ২।

তুলা (, ): কৰ্মত আশাবাদী মনৰ স্থিৰতা বৃদ্ধি কৰক। আনৰ উপকাৰ কৰিব নোৱাৰিলেও অপকাৰ নকৰিব। 'তে 'তে ধন বিনিয়োগ নকৰিব। ৰোগ কমিব। শুভ ৰং মাখন। শুভ সংখ্যা ৮।

বৃশ্চিক (, ): মানৱ কল্যাণ চিন্তা মনলৈ আহিব। দায়বদ্ধতা বৃদ্ধি পাব যিকোনো গোপনীয়তা ৰক্ষা কৰক। বগা বস্তু দান কৰক। শুভ ৰং ৰূপালী। শুভ সংখ্যা ২।

ধনু (, , ): কৰ্তব্যৰ প্ৰতি সজাগ থাকিব। ভাতৃ-ভগ্নীৰপৰা কষ্ট পাব আনৰ চলাহী কথাত ভোল নাযাব। ৰোগৰপৰা সকাহ পাব। শুভ ৰং মুগা শুভ সংখ্যা ৫।

মকৰ (, ): যশ-মান বৃদ্ধি। হঠাৎ দুষ্ট লোকে বিপথে নিব পাৰে। সা-সম্পত্তিক লৈ মতানৈক্য ' পাৰে। সংযম ৰক্ষা কৰক। ব্যয়। শুভ ৰং বগা। শুভ সংখ্যা

কুম্ভ (, , ): কর্মোন্নতি। আনৰ আবেগক শ্ৰদ্ধা কৰক পদোন্নতি। আনৰ মনত কষ্ট নিদিব। মনোৰঞ্জন আদি কমাওক অর্থ লাভ। শুভ ৰং ৰূপালী। শুভ সংখ্যা ২।

মীন (, ): মনৰ পৰা ভয় ভাব আঁতৰিব। সৎ সাহস বৃদ্ধি। দুর্যোগ আঁতৰিব। উদাৰতা, সৰলতা বৃদ্ধি। খং কমিব। তীর্থ ভ্রমণ। শুভ ৰং সোণালী। শুভ সংখ্যা

Post a Comment

0 Comments