Header Ads Widget

Well come to the Blog of thejobinassam.in

Health Benefits Of Amla (Gooseberry)

Health Benefits Of Amla (Gooseberry)

আমলখিৰ উপকাৰী গুণ-

# অধিক মাত্ৰাত ভিটামিন-চি আৰু এণ্টি-অক্সিডেণ্ট থকাৰ কাৰণে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায় ।

# তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে । ডায়েবেটিছ ৰোগীৰ বাবে আমলখিৰ ৰস উত্তম মহৌষধ ।

# গেছ , এচিডিটিৰ সমস্যাত আমলখি ৰসৰ লগত মৌ মিহলাই খাব লাগে ।

# নিয়মিয়াকৈ আমলখি ৰস খালে পাচনতন্ত্ৰ শক্তিশালী হয় । হজম ক্ষমতা বাঢ়ে । মগজুৰ দুৰ্বলতা , অনিদ্ৰা , মুখৰ দুৰ্গন্ধ দূৰ হয় ।

# আমলখি ৰসৰ লগত গুৰ মিহলাই খালে হৃদযন্ত্ৰৰ বহু সমস্যাত উপকাৰ পোৱা যায় ।

# লিভাৰ সুৰক্ষিত কৰে । লিভাৰ জনিত সমস্যাত আমলখি ৰস অতি উপকাৰী ।

# নিতৌ আমলখি ৰসৰ লগত মৌ মিহলাই খালে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণলৈ আহে ।

# প্ৰস্ৰাৱ জনিত সমস্যাত আমলখি ৰসৰ লগত মৌ মিহলাই খালে উপকৃত হয় ।

# কৃমি জনিত সমস্যাত আমলখি ৰস ৰাতিপুৱা খালি পেটত খালে সুফল পোৱা যায় ।

# এচামুচ শুকান আমলখি গৰম পানীৰ লগত ৰাতি শোৱাৰ আগতে খালে কোষ্ঠকাঠিন্যতাৰ সমস্যা দূৰ হয়।

Post a Comment

0 Comments